অসম

assam

ETV Bharat / videos

কৰিমগঞ্জ লোকসভা সমষ্টিৰ সবিশেষ - ETV BHARAT

By

Published : Apr 15, 2019, 6:53 PM IST

দেশৰ 17 সংখ্যক সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচটা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম কৰিমগঞ্জ লোকসভা সমষ্টি ৷ কৰিমগঞ্জ লোকসভা সমষ্টিত আছে 8 টা বিধানসভা সমষ্টি ৷ সমষ্টিটোত মুল যুঁজত অৱতীৰ্ণ হ’ব বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহ, কংগ্ৰেছৰ স্বৰূপ দাস আৰু এ আই ইউ ডি এফৰ ৰাধেশ্যাম বিশ্বাস ৷

ABOUT THE AUTHOR

...view details