অসম

assam

ETV Bharat / videos

কার্বি আংলঙত ১৩-১৪ নবেম্বৰত ভােটাৰ তালিকাৰ বিশেষ সংশােধনী শিৱিৰ - ভােটাৰ তালিকা সংশােধনী শিৱিৰ

By

Published : Nov 12, 2021, 9:56 PM IST

ভােটাৰ তালিকাৰ বিশেষ সংশােধনী প্রক্রিয়াৰ অংশ হিচাপে অহা ১৩ আকু ১৪ নৱেম্বৰত দুদিনীয়া কার্যসূচীৰে কার্বি আংলং জিলা ১৮ নং হাওৰাঘাট আৰু ১৯ নং ডিফু বিধানসভা সমষ্টিৰ অন্তর্গত সকলাে ভােটকেন্দ্র আৰু ইয়াৰ আঞ্চলিক কার্যালয়ত বিশেষ শিৱিৰৰ আয়ােজন কৰা হৈছে । উক্ত শিৱিৰত ১৮ বছৰ বয়স সম্পূর্ণ হােৱা নতুন ভােটদাতাসকলে ভােটাৰ তালিকাত নাম পঞ্জীয়ন কৰিব পাৰিব ৷ নাম সংশােধনৰ লগতে স্থানান্তৰো কৰিব পাৰিব ।

ABOUT THE AUTHOR

...view details