অসম

assam

By

Published : Nov 23, 2020, 9:54 PM IST

ETV Bharat / videos

তৰুণ গগৈৰ মৃত্যুৰ পিচতেই যোৰহাটত প্ৰাৰ্থনা সভা

দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰে অভিজ্ঞ এজন স্বভাৱসুলভ হাঁহিমুখীয়া আৰু ৰাজ্যৰ ৰাজনীতিত সদা চৰ্চিত তৰুণ ব্যক্তিত্বৰ এই ব্যক্তিজন আৰু ‌নাই । সমগ্ৰ ৰাজ্য খনৰ লগতে গৃহ চহৰ যোৰহাটত এতিয়া শোকাকুল পৰিৱেশ বিৰাজ কৰিছে । অসমৰ ৰাজনীতিত তেওঁ এজন বিশ্ৰামহীন ৰণুৱা । প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈয়ে বুজি পায় ৰাজনীতি কেনেকৈ কৰিব লাগে। দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰে অভিজ্ঞ এজন স্বভাৱসুলভ হাঁহিমুখীয়া আৰু ৰাজ্যৰ ৰাজনীতিত সদা চৰ্চিত তৰুণ ব্যক্তিত্বৰ এই ব্যক্তিজন আৰু ‌নাই । আজি শোকত স্তব্ধ ৰাজ্যবাসী ৷ সমগ্ৰ ৰাজ্য খনৰ লগতে গৃহ চহৰ যোৰহাটত এতিয়া শোকাকুল পৰিৱেশ বিৰাজ কৰিছে । তৰুণ গগৈৰ মৃত্যুৰ বাতৰি পিচতেই কংগ্ৰেছ ভৱন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহত আয়োজন কৰা হয় প্ৰাৰ্থনা সভা।

ABOUT THE AUTHOR

...view details