অসম

assam

ETV Bharat / videos

অসমত অপ্ৰাসংগিক হৈ পৰিছে কংগ্ৰেছ : জয়ন্তমল্ল বৰুৱা

By

Published : Oct 23, 2021, 6:17 PM IST

Updated : Oct 23, 2021, 6:47 PM IST

জনসমৰ্থন হেৰুৱাইছে অসম প্ৰদেশ কংগ্ৰেছে ৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলি কংগ্ৰেছে কৰা অভিযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই কয়, গৰুখুঁটিৰ ঘটনাক লৈ কংগ্ৰেছে যিধৰণে স্থিতি গ্ৰহণ কৰিলে, তাৰ পাচৰে পৰা অসমত অপ্ৰাসংগিক হৈ পৰিছে কংগ্ৰেছ ৷ ইফালে বৰাকৰ ঘটনাক লৈ বৰুৱাই কয়, বৰাক কাণ্ডৰ আঁৰত তৃতীয় শক্তি থকাৰ সন্দেহ প্ৰকাশ কৰি ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে চৰকাৰে ৷ উল্লেখ্য যে, ঘগ্ৰাপাৰাত শনিবাৰে বিজেপিৰ দলীয় কাৰ্যকৰ্তা সকলে পালন কৰে জয়ন্তমল্ল বৰুৱাৰ ৫০ সংখ্যক জন্মদিন ।
Last Updated : Oct 23, 2021, 6:47 PM IST

ABOUT THE AUTHOR

...view details