অসম

assam

By

Published : Oct 2, 2020, 11:36 AM IST

ETV Bharat / videos

জনা নজনা বহু কথাৰে ইটিভি ভাৰতত যতীন বৰা

অভিনেতাৰ পৰা ৰাজনীতিলৈ যতীন বৰাৰ কাহিনী ৷ কিয় বাৰে বাৰে দল সলাই ফুৰে যতীন বৰাই? সুবিধা বিচাৰি দল সলাই নেকি যতীন বৰাই? হঠাৎ কিয় ভুল কৰিছিল যতীন বৰাই? কা আন্দোলনত ভাগ লৈ পুনৰ বিজেপিলৈ ৰত্নাকৰ ৷ পদত্যাগৰ নামত নাটক ৰচা যতীনে ক'লে সঁচা কথা ৷ আচলতে বিজেপিৰ পৰা পদত্যাগেই কৰা নাছিল ৷ তেনেহ'লে পদত্যাগৰ নাটকখন কিয় কৰিছিল ? যতীন বৰাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ ৷ জনা নজনা কথাৰে ইটিভি ভাৰতত ৰাজনীতিবিদ যতীন বৰা ৷

ABOUT THE AUTHOR

...view details