পবিত্ৰ ঈদৰ শুভেচ্ছা জনালে জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে - ঈদ-উল-আজহা
অসমবাসীলৈ পবিত্ৰ পবিত্ৰ ঈদ-উল-আজহাৰ আন্তৰিক শুভেচ্ছা জনালে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ৷ পবিত্ৰ ঈদ-উল-আজহাৰে ৰাইজৰ মাজলৈ শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ কঢ়িয়াই অনাৰ কামনা কৰাৰ লগতে সকলোকে ক'ভিড প্ৰট'কল মানি ঘৰতে ঈদৰ নামাজ সম্পন্ন কৰিবলৈ আহ্বান জনায় ৷