অসম

assam

নিৰ্বাচনৰ সন্দৰ্ভত কি ক'লে জগদীশ ভূঞাই

By

Published : Mar 10, 2021, 3:34 PM IST

শদিয়া বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জগদীশ ভূঞাৰ জয় এইবাৰ নিশ্চিত ৷ ইটিভি ভাৰত অসমৰ সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে জগদীশ ভূঞাই ৷ যদি শদিয়া বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচিত হয় তেন্তে আগন্তুক সময়ত শদিয়াত ছিণ্ডিকেট, মাফিয়াৰাজ অন্ত পৰিব বুলি মন্তব্য প্ৰকাশ কৰে জগদীশ ভূঞাই ৷

TAGGED:

ABOUT THE AUTHOR

...view details