অসম

assam

ETV Bharat / videos

থলগিৰিৰ কথাৰে মনোৰম গগৈৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ - Tholgiri monuram gogoi assam agriculture

By

Published : Jan 23, 2021, 10:21 PM IST

পথাৰ আৰু বজাৰ দখলৰ উদ্দেশ্যে সম্প্ৰতি বহু অসমীয়াই কৃষি খণ্ডৰ প্ৰতি ধাৱিত হোৱা পৰিলক্ষিত হৈছে ৷ একে উদ্দেশ্য আগত ৰাখি 2018 চনত মহানগৰীৰ লেম্ব ৰোডত মুকলি কৰা হৈছিল থলুৱা সা-সামগ্ৰীৰ বিপনি 'থলগিৰি' ৷ সাংবাদিক, লেখক মনোৰম গগৈৰ 'থলগিৰি' য়ে ইতিমধ্যে বহু কৃষক তথা যুৱক-যুৱতীক স্বাৱলম্বী কৰি তুলিছে ৷ অসমৰ কৃষি খণ্ড এতিয়াও কিয় উদ্যোগ হিচাপে গঢ় উঠা নাই, চৰকাৰী পক্ষৰ দুৰ্বলতা ক'ত আৰু নতুন কৃষি আইন আদি বিষয় সামৰি সাংবাদিক, লেখক তথা ব্যৱসায়ী মনোৰম গগৈৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিক হেমন্ত শৰ্মাৰ বিশেষ সাক্ষাৎকাৰ ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details