বিধায়ক প্ৰশান্ত ফুকনৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ - assam election
চতুৰ্থ বাৰলৈ ডিব্ৰুগড়ত ভাৰতীয় জনতা প্ৰাৰ্থীৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰিছে প্ৰশান্ত ফুকনে ৷ ইতিমধ্যে তিনিবাৰকৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ৷ ডিব্ৰুগড় সমষ্টিত বাক চতুৰতাৰ বাবেই জনপ্ৰিয় এইগৰাকী বিজেপি নেতা ৷ আগন্তুক নিৰ্বাচনত কি ৰণনীতি হ'ব প্ৰশান্ত ফুকনৰ ? বিৰোধী দলৰ প্ৰতিদ্বন্দীক লৈ কেনে মনোভাৱ বিধায়ক প্ৰশান্ত ফুকনৰ ? সবিশেষ জানিবলৈ চাওক প্ৰশান্ত ফুকনৰ সৈতে ইটিভি ভাৰতৰ এই আছুতীয়া সাক্ষাৎকাৰ ৷
Last Updated : Mar 25, 2021, 2:24 PM IST