অসম

assam

By

Published : Mar 28, 2021, 2:32 PM IST

ETV Bharat / videos

মহাজোঁট বন্ধনৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ সৈতে বিশেষ সাক্ষাৎকাৰ

79 নং জাগীৰোড বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ৷ কি ক'লে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তথা বিজেপিৰ মনোনীত প্ৰাৰ্থী পীযুষ হাজৰিকাৰ বিষয়ে ? কি পৰিকল্পনা আছে স্বপন কুমাৰ মণ্ডলৰ ? বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হ'বনে স্বপন কুমাৰ মণ্ডল ? সবিশেষ চাওক...

ABOUT THE AUTHOR

...view details