অসম

assam

ETV Bharat / videos

তিনিচুকীয়াৰ বাৰেকুৰিত দুদিনীয়াকৈ আয়োজন কৰা হৈছে হলৌ দিৱস - International Gibbon Day celebrations

By

Published : Oct 23, 2021, 10:47 PM IST

তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁ‌কো-ন-মতাপুং পুৰণি বিহুখোলাৰ প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা আয়োজন কৰা হৈছে বিশ্ব হলৌ দিৱস ৷ অইল ইণ্ডিয়া লিমিটেডৰ তত্বাৱধানত, বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি, মৰাণ জাতীয় মহিলা পৰিষদ বাৰেকুৰি আঞ্চলিক সমিতি, গ্ৰীণ ভিজন এন ইৰ উদ্যোগত আৰু তিনিচুকীয়া মহাবিদ্যালয়, দীঘলসাঁ‌কো নৱজ্যোতি যুৱ সংঘ আৰু ন-মটাপুং সুৰুযজ্যোতি যুৱ সংঘৰ সহযোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছে বিশ্ব হলৌ দিৱস ৷ বিশ্বৰ বিলুপ্তপ্ৰায় প্ৰাণী হলৌ বান্দৰ সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা লক্ষ্যৰে উদযাপন কৰা হৈছে হলৌ দিৱস ৷

ABOUT THE AUTHOR

...view details