অসম

assam

By

Published : Dec 13, 2021, 2:15 PM IST

ETV Bharat / videos

Illegal Supari Seized at Karimganj : কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰে অবৈধ চুপাৰি

এইবাৰ চুপাৰী বিচাৰি কৰিমগঞ্জ আৰক্ষীয়ে চলালে অভিযান ৷ এক গোপন সূত্ৰৰ পম খেদি অসম-ত্ৰিপুৰা সীমান্তৰ কাঠালতলীৰ পৰা বৰপেটা-হাউলী অভিমুখী এখন ট্ৰাকত অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে ৷ এই অভিযাৱনৰ জৰিয়তে আৰক্ষীয়ে জব্দ কৰে প্ৰায় 340 বস্তা অবৈধ চুপাৰী(Illegal Supari seized by Karimganj Police) ৷ AS 01 GC 2976 নম্বৰৰ অবৈধ চুপাৰী ভৰ্তি ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনকো আটক কৰে আৰক্ষীয়ে ৷ কোনো ধৰণৰ বৈধ নথিপত্ৰ বিহীনভাৱে প্ৰায় 70 লাখ টকাৰ চুপাৰীখিনি সৰবৰাব কৰাৰ সময়তে কৰিমগঞ্জ আৰক্ষীয়ে চুপাৰীৰ সৈতে জব্দ কৰে ট্ৰাকখন ৷

ABOUT THE AUTHOR

...view details