চিনামন হট চকলেট - homemade recipes
ভাগৰুৱা দিনটোৰ অৱসাদ পুৰণৰ বাবে উৎকৃষ্ট পানীয় হৈছে এই মছলাদায়ক দালচেনী হট চকলেট বা চিনামন হট চকলেট ৷ আনলক 1.0ৰ সময়খিনিত যদি আপুনি ঘৰত থাকি আমনি পাইছে অথবা ঘৰৰ কামৰ ব্যস্ততাই আপোনাক ভাগৰুৱা কৰিছে,তেন্তে আপুনিও এই পানীয় তৈয়াৰ কৰিবলৈ চেষ্টা কৰক ৷ হট চকলৈট আৰু দালচেনীৰ মিশ্ৰিত এই পানীয়ই নিশ্চয় আপোনাৰ অৱসাদ দূৰ কৰাত সহায় কৰিব আৰু আপোনাৰ হেৰুওৱা শক্তি ঘূৰাই আনিব ৷ আপুনিও যদি দালচেনী হট চকলেট তৈয়াৰ কৰাৰ অন্য ৰেচিপি জানে তেন্তে আমাৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ৷
Last Updated : Jul 29, 2020, 6:01 PM IST