অসম

assam

By

Published : Oct 22, 2021, 9:27 AM IST

ETV Bharat / videos

বাংলাদেশৰ ঘটনাৰ প্ৰতিবাদত চামগুৰিৰ আমনিত হিন্দু জাগৰণ মঞ্চৰ পদযাত্ৰা

বাংলাদেশত হিন্দু উপাসনাথলীত একাংশ মৌলবাদী দুৰ্বৃত্তই কৰা বৰ্বৰ আক্ৰমণৰ লগতে এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ প্ৰতিবাদ অব্যাহত আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হিন্দু জাগৰণ মঞ্চৰ শতাধিক কৰ্মী সমৰ্থকে এই ঘটনাৰ প্ৰতিবাদত পথযাত্ৰা কৰে ৷ লগতে প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ পুত্তলিকাও দাহ কৰে ৷ হিন্দুৰ ওপৰত আক্ৰামণ চলোৱা মৌদলবাদী দুৰ্বৃত্তৰ বিৰুদ্ধে ৰণহুংকাৰ প্ৰতিবাদকাৰী সকলৰ ৷

ABOUT THE AUTHOR

...view details