অসম

assam

By

Published : Oct 26, 2021, 2:07 PM IST

ETV Bharat / videos

বাংলাদেশৰ হিংসাত্মক কাৰ্যৰ বিৰুদ্ধে সৰৱ হিন্দু জাগৰণ মঞ্চ

বঢ়মপুৰৰ কামপুৰত হিন্দু জাগৰণ মঞ্চ(Hindu Jagaran Manch)ৰ উত্তাল প্ৰতিবাদ(Protest) ৷ বাংলাদেশৰ হিংসাত্মক ঘটনাৰ বিৰোধিতা কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা(Sheikh Hasina)ৰ পুত্তলিকা দাহ । বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা হুচিয়াৰ, বাংলাদেশী হুচিয়াৰ আদি ধ্বনিৰে কামপুৰৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

...view details