অসম

assam

ETV Bharat / videos

পদযাত্ৰাৰে বৰাকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ - অসম বিধানসভা নিৰ্বাচন 2021

By

Published : Mar 10, 2021, 10:22 AM IST

Updated : Mar 10, 2021, 12:26 PM IST

পদযাত্ৰাৰ মাধ্যমেৰে বৰাকত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শিলচৰৰ শিলংপট্টীৰ পৰা আৰম্ভ হয় এই পদযাত্ৰা ৷ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে বিজেপিৰ কেইবাশ দলীয় কৰ্মীয়ে ৷ আনহাতে, যি সকল নেতাই দলৰ পৰা টিকট লাভ কৰা নাই তেওঁলোকে দলৰ প্ৰতি ক্ষোভ প্ৰদৰ্শন কৰা সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয়, টিকট নোপোৱাৰ ফলত ক্ষোভ থাকিব পাৰে । নিৰ্বাচনৰ অহাৰ পাছত ক্ষোভ কমি যাব ৷ আনহাতে, অহা 18 মাৰ্চত প্ৰধানমন্ত্ৰী নেৰেন্দ্ৰ মোদীয়ে শিলচৰত জনসভা সম্বোধন কৰিব বুলিও জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
Last Updated : Mar 10, 2021, 12:26 PM IST

ABOUT THE AUTHOR

...view details