অসম

assam

ETV Bharat / videos

মই সদায় এক নম্বৰতে আছো আৰু থাকিম : ৰূপজ্যোতি কুৰ্মী

By

Published : Oct 26, 2021, 5:52 PM IST

মিনি দিছপুৰলৈ পৰিণত হৈছে মৰিয়নী । মৰিয়নী বৰ্তমান ভৰি পৰিছে শাসকীয় দলৰ নেতা পালি নেতাৰে । সমষ্টিবাসীৰ বাবে ঘোষণা কৰিছে ন ন আঁচনি । সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ হৈ বজালে ৰণ-ডংকা ৷ মৰিয়নীৰ নিৰ্বাচনী প্ৰচাৰত এক প্ৰকাৰে জয়ৰ হুংকাৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰো ৷

ABOUT THE AUTHOR

...view details