অসম

assam

ETV Bharat / videos

ধিং এক্সপ্ৰেছ হিমা দাসৰ 22 সংখ্যক জন্মদিন

By

Published : Jan 9, 2021, 1:50 PM IST

আজি ধিং এক্সপ্ৰেছ হিমা দাসৰ 22 সংখ্যক জন্মদিন ৷ আগন্তুক দিনসমূহতো হিমাৰ জয়যাত্ৰা শুভ হোৱাৰ কামনাৰে হিমা দাস ফেন ক্লাৱে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিব ধিং এক্সপ্ৰেছৰ জন্মদিন ৷ প্ৰথমে ধিং এফ আৰ ইউত ৰোগী সকলক সকলৰ মাজত একোটাকৈ ফলমূলৰ টোপোলা বিতৰণ কৰে হিমা দাস ফেন ক্লাৱে ৷ ইয়াৰ পিছতেই ধিঙৰ জগন্নাথ মন্দিৰত এখনি শৰাই আগবঢ়োৱা হ’ব আৰু সন্ধিয়া ৰাজহুৱাকৈ কেক কাটি হিমা দাসৰ জন্মদিন উৎযাপন কৰিব সমগ্ৰ ধিং বাসী ৰাইজে ৷

ABOUT THE AUTHOR

...view details