অসম

assam

ETV Bharat / videos

লাহোৱালত কংগ্ৰেছৰ হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ - নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 14, 2021, 10:07 PM IST

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে লাহোৱাল বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ । কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰি নিৰ্বাচনত জয়ী হ'বলৈ উঠি পৰি লগাৰ সময়তে সমষ্টিটোত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনোদ হাজৰিকাই গাঁৱসমূহৰ লগতে চাহ বাগিচাসমূহতো অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান । ৰাইজৰ সহযোগিতা লাভ কৰি শাসকীয় দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনোদ হাজৰিকাই আগন্তুক নিৰ্বাচনত পঞ্চাশ হেজাৰৰো অধিক ভোটত জয় লাভ কৰিব বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details