অসম

assam

By

Published : Jun 6, 2020, 7:59 PM IST

Updated : Jul 29, 2020, 5:41 PM IST

ETV Bharat / videos

গ্ৰীষ্মকালৰ অন্যতম সুস্বাদু শীতল পানীয় ! কি হ'ব পাৰে বাৰু?

গ্ৰীষ্মকালত আপোনাৰ মন পছন্দৰ সহজতে তৈয়াৰ কৰিব পৰা এবিধ শীতল পানীয় ছেচ বা বাটাৰ মিল্ক ৷ দৈৰে প্ৰস্তুত কৰা এই শীতল পানীয়ই আপোনাৰ ভোক বঢ়োৱাৰ লগতে আপোনাৰ পেট ভালে ৰখাত সহায় কৰিব ৷ ই সুনিদ্ৰাৰ ক্ষেত্ৰতো অতি লাভদায়ক ৷ গ্ৰীষ্ম কালত আপোনাৰ তৃষ্ণা নিবাৰণৰ কৰিব বাবে তৈয়াৰী ই এক উপযুক্ত পানীয় ৷ এই ভিডিঅ'ৰ যোগেদি আপুনিও শিকিব পাৰিব ছাচ বা বাটাৰ মিল্কৰ তৈয়াৰ কৰা পদ্ধতি ৷ আপুনিও যদি ছাচ বা বাটাৰ মিল্ক প্ৰস্তুত কৰাৰ আন কোনো পদ্ধতি জানে তেন্তে আমাৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ৷
Last Updated : Jul 29, 2020, 5:41 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details