দুটা দশকৰ অন্তত শুকুলা বৰফৰ চাদৰে আৱৰি ধৰিছে অৰুণাচলৰ পশ্চিম কামেঙক - snowfall in Northeast
সুদীৰ্ঘ ১৪ বছৰ পিছত প্ৰচণ্ড তুষাৰপাত হৈছে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত (Heavy snowfall occurred in West Kameng of Arunachal) । পশ্চিম কামেং জিলাৰ বমদিলা, ডিৰাং আৰু ইয়াৰ অন্যান্য কাষৰীয়া অঞ্চলত যোৱা শনিবাৰৰ পৰা প্ৰচণ্ড তুষাৰপাতৰ ফলত নিশাৰ ভাগত জনজীৱন স্তব্ধ হৈ পৰিছে বুলি জানিব দিয়ে স্থানীয় লোকে । পথৰ মাজভাগ তথা অঞ্চলটোৰ বাসস্থান সমূহ এতিয়া শুকুলা বৰফৰ চাদৰে আৱৰি ৰাখিছে । আহকচোন এই মনমোহা দৃশ্যৰ সাক্ষী হওঁ ৷