অসম

assam

ETV Bharat / videos

শ্বহীদ মদন মল্লিকৰ পত্নী-পুত্ৰলৈ বিদেশী সজাই গ্ৰেপ্তাৰী পৰোৱানা ! - বিদেশীৰ নামত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে শ্বহীদ পৰিয়াল

By

Published : Aug 28, 2019, 9:33 PM IST

বিদেশীৰ নামত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে শ্বহীদ পৰিয়াল । জামিন বিচাৰি এতিয়া আদালত চৌহদত তাঁতবাটি কৰিছে শ্বহীদৰ পত্নী আৰু পুত্ৰই । বিদেশী খেদাৰ নামত আন্দোলন কৰি শ্বহীদ হোৱা মদন মল্লিকৰ পৰিয়ালে লাভ কৰিলে বিদেশীৰ নামত গ্ৰেপ্তাৰী পৰোৱানা। নিজৰ নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ নামত বহুকেইবাৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা শ্বহীদ পৰিয়ালটো এতিয়া ভুগিছে দুশ্চিন্তাত।

ABOUT THE AUTHOR

...view details