অসম

assam

By

Published : Oct 4, 2021, 10:44 PM IST

ETV Bharat / videos

হোজাইৰ কাকীৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰত গুৰুগৃহ প্ৰতিষ্ঠা

হোজাই কাকীৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সেৱা বাহিনীৰ কেন্দ্ৰীয় ৰূপালী জয়ন্তী উৎসৱৰ বাবে সোমবাৰে প্ৰতিষ্ঠা কৰা হয় গুৰুগৃহ (নামঘৰ)৷ অহা ইংৰাজী 8 আৰু 9 অক্টোবৰ তাৰিখে 1 নং কাকী খেল পথাৰৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা সংগঠন সেৱা বাহিনীৰ কেন্দ্ৰীয় ৰূপালী জয়ন্তী উৎসৱ ৷ হোজাই জিলা সেৱা বাহিনীৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব এই ধৰ্মীয় অনুষ্ঠান ভাগ ৷ এই লৈ সোমবাৰে 1 নং কাকী খেলপথাৰৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰত এক উদুলি মুদুলি পৰিবেশত মূল গুৰুগৃহ প্ৰতিষ্ঠা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰৰ বাপ বান্ধৱ সকলে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details