অসম

assam

ETV Bharat / videos

মুখেৰে গীটাৰত লহৰ তুলি গ্ৰীনিছ বুক অৱ ৰেকৰ্ড - অসম নিউজ

🎬 Watch Now: Feature Video

By

Published : Jul 4, 2019, 3:09 PM IST

দাতেঁৰে অনন্য ৰূপত গীটাৰ বজাই অভিলেখ স্থাপন কৰিছে গোলাঘাটৰ এজন প্ৰতিভাসম্পন্ন যুৱকৰ। গীত সাধনাৰে বিচিত্ৰময় জগত জিনাৰ সপোন ৰচি ইতিমধ্যে দাঁতেৰে গীটাৰ বজাই লিমকা বুকছ অৱ ৰেকৰ্ড, গ্ৰীনিছ বুক অৱ ৰেকৰ্ড,চিমফনিক মিউজিক,কী বৰ্ড প্লেয়িং আদি দেশ-বিদেশৰ বিভিন্ন খ্যাতি অৰ্জন কৰিছে প্ৰতিভাৱান যুৱকগৰাকীয়ে

ABOUT THE AUTHOR

...view details