অসম

assam

ETV Bharat / videos

Golaghat flyover: মুকলিৰ তিনিদিনৰ পিছতেই বহিল গোলাঘাটৰ উৰণীয়া সেঁতু - Golaghat flyover sits three days after its launch

By

Published : Feb 8, 2022, 10:24 PM IST

মুকলিৰ তিনিদিনৰ পিছতেই বহি গ'ল গোলাঘাটৰ উৰণীয়া সেঁতু (Golaghat flyover sits three days after its launch)। নিৰ্মাণৰ বিসংগতিয়ে ৰাইজৰ আশাত ঢালিলে চেঁচা পানী । Hi Tech নামৰ এটা কনষ্ট্ৰাকচন কোম্পানীয়ে নিৰ্মাণ কৰিছিল উৰণীয়া সেঁতুখন । যোৱা 5 ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিছিল উৰণীয়া সেঁতুখন । ৰাইজৰ অভিযোগ, উৰণীয়া সেঁতুখন নিৰ্মাণত বিসংগতি সংঘটিত হৈছে । ইয়াৰ সৈতে জড়িত কনষ্ট্ৰাকচন কোম্পানী আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়া, অভিযন্তাৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী উত্থাপিত হৈছে ।

ABOUT THE AUTHOR

...view details