চাহ জনগোষ্ঠীৰ ছাত্র-ছাত্ৰীৰ জলপানিৰ নামত ব্যাপক খেলিমেলি
চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত ব্যাপক খেলিমেলি ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় চাহ জনজাতি ছাত্ৰ সমাজ অধ্যয়ন চক্ৰৰ সম্পাদক হিমালয় বাৰিকৰে ৷ অসমৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰীভাৱে বিভিন্ন আঁচনি প্ৰস্তুত কৰি জলপানিৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ মাজত দিয়াৰ ব্যৱস্থা কৰিছে যদিও ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় চাহ জনজাতি ছাত্ৰ সমাজ অধ্যয়ন চক্ৰৰ সম্পাদক হিমালয় বাৰিকে ।
Last Updated : May 27, 2021, 1:41 PM IST