অসম

assam

ETV Bharat / videos

শুৱালকুছিত গান্ধীজীৰ পদৰেণু.... - গান্ধীজীৰ নাতি কানু গান্ধী

By

Published : Aug 27, 2019, 9:40 PM IST

১৯৪৬চনৰ জানুৱাৰী মাহৰ ৯ তাৰিখ,দেশজুৰি চলিছে ব্ৰিটিছক খেদাৰ প্ৰস্তুতি ৷ সকলোতে গান্ধীজীৰ নাম উচ্চাৰিত হৈছে ৷ সেই দিনটোতে জাহাজেৰে শুৱালকুছিত পদাৰ্পন কৰিছিল মহামানৱ মহাত্মা গান্ধীয়ে ৷ উদ্দেশ্য স্বাধীনতা আন্দোলনত দেশবাসীক সজাগ কৰাৰ ৷ নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি গান্ধীজী আহি উপস্থিত হৈছিল শিপিনীৰ দেশত ৷ লগত আহিছিল গান্ধীজীৰ নাতি কানু গান্ধী আৰু তেওঁৰ নাতিনী বোৱাৰী ৷ সেই সময়ত আমিনগাঁওৰ পৰা শুৱালকুছিলৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে ডাৰবান নামৰ পানী জাহাজত আহি বিয়লি ৩ বজাত লুইতৰ পাৰৰ শুৱালকুচিৰ বালিচৰত উপস্থিত হৈছিল গান্ধীজী ৷ ব্ৰহ্মপুত্ৰৰ পাৰত ৰাইজৰ বিৰ দি বাট নেপোৱা অৱস্থা...

ABOUT THE AUTHOR

...view details