গহপুৰত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যুবাৰ্ষিকী উদযাপন - শ্বহীদ মুকুন্দ কাকতিৰ মৃত্যুবাৰ্ষিকী
আজি 20 ছেপ্তেম্বৰ ৷ স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যুবাৰ্ষিকী ৷ দুয়োগৰাকী স্বাধীনতা সংগ্ৰামীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে গহপুৰ বঙাবাৰীস্থিত তেঁওলোকৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধায়ক উৎপল বৰাই ৷