ফ্ল'ৰাইডযুক্ত পানী খাই কৰিমগঞ্জত বিকলাংগ বহু সংখ্যক লোক - কৰিমগঞ্জ
কৰিমগঞ্জ, 8 জুলাইঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবে কৰিমগঞ্জৰ বিভিন্ন ঠাইত ফ্লুৰ'ছিছ ৰোগে গ্ৰাস কৰিছে স্থানীয় বাসিন্দাক। অতিৰিক্ত ফ্ল'ৰাইড থকা ভূগৰ্ভৰ পানী খাই জিলাখনৰ পোন্ধৰখনকৈ গাঁৱৰ লোক আক্ৰান্ত হৈছে এই দুৰাৰোগ্য ব্যাধিত । কৰিমগঞ্জৰ পৰা এক প্ৰতিবেদন....
Last Updated : Jul 8, 2019, 5:42 PM IST