অসম

assam

ETV Bharat / videos

এখন নাৱেই আশ্ৰয়স্থল এটি পৰিয়াল

By

Published : Jul 22, 2019, 8:35 PM IST

কলগাছিয়াৰ সাওঁৰাচৰাত বানে বিধ্বস্ত কৰা এটা পৰিয়ালৰ কৰুণ কাহিনী । তিনিটাকৈ আবাসগৃহ বেঁকী আৰু ব্ৰহ্মপুত্ৰ নৈৰ প্ৰৱল বানে উটুৱাই নিয়াৰ ফলত সৰ্বস্ব হেৰুৱাই আশ্ৰয় লৈছে এখন নাৱৰ ওপৰত। নাৱতেই খোৱা লোৱা,নাৱতেই শুৱা। বানে উটুৱাই নিছে সকলো আচবাব পত্ৰ,ভড়ালৰ ধান। যাৰ বাবে ৰজব আলী নামৰ ব্যক্তি গৰাকীৰ দৰিদ্ৰ পৰিয়ালটো এতিয়া মুকলি আকাশেই আশ্ৰয়স্থলত পৰিণত হৈছে....

ABOUT THE AUTHOR

...view details