অসম

assam

By

Published : Jul 14, 2019, 11:53 AM IST

Updated : Jul 14, 2019, 12:08 PM IST

ETV Bharat / videos

সোৱণশিৰিৰ বুকুত হেৰাই গ'ল সপোনবোৰ

জলপ্ৰলয় নামিছে ৷ সোৱণশিৰিৰ পানীত তলত সকলো ৷ যিখিনি বাছি আছে সেয়াই তেওঁলোকৰ বাবে এতিয়া সকলো ৷ সোৱণশিৰিৰ পানীত ডুব যোৱা কিতাপ পত্ৰবোৰ শুকাবলৈ ৰ'দত মেলি দিছে লখিমপুৰৰ ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰা এইগৰাকী ছাত্ৰীয়ে ৷ প্ৰত্যক্ষ কৰক বানে সৃষ্টি কৰা বিভীষিকাৰ..
Last Updated : Jul 14, 2019, 12:08 PM IST

ABOUT THE AUTHOR

...view details