বান বিধ্বস্ত অঞ্চলত বানাক্ৰান্তৰ মাজত খাদ্য সংকট - NAGAON ASSAM
হাঁহ কুকুৰা, গৰু ছাগলী বিক্ৰী কৰি বন্যাৰ্তই মোকলাইছোে পেটৰ ভাত ৷ আশ্ৰয় শিবিৰত হাহাকাৰ পৰস্থিতি ৷ খাবলৈ নাই খাদ্য, অপৰিস্কাৰ পৰিৱেশ, বিশুদ্ধ খোৱা পানীৰ অভাৱ...বান শুকোৱাৰ পিছত এতিয়াই আশ্ৰয় শিবিৰতে কটাবলগীয়া হৈছে চামগুৰিৰ লাওখোৱা ভুৰবন্ধাৰ বানাক্ৰান্তই। গৰু ছাগলীৰ সৈতে সহাৱস্থান বানাক্ৰান্তৰ...চাওক আমাৰ এক প্ৰতিবেদন