উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কোন কোন জিলিকিল... - ASSAM
🎬 Watch Now: Feature Video
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কোন কোন জিলিকিল...কলা শাখাত প্ৰথম স্থান দখল খুচবু ফিৰদৌছৰ, খুচবু ফিৰদৌছ মংগলদৈৰ ব্ৰিলিয়েণ্ট একাডেমীৰ ছাত্ৰী,478 নম্বৰ লাভ কৰিছে খুচবু ফিৰদৌছে বাণিজ্য শাখাত প্ৰথম স্থান দখল কৰিছে অসীম সৰকাৰে,অসীম সৰকাৰ কাছাৰৰ বিবেকানন্দ জুনিয়ৰ কলেজৰ ছাত্ৰ, 474 নম্বৰ লাভ কৰিছে অসীম সৰকাৰে বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰিছে চয়ন মজুমদাৰে, চয়ন মজুমদাৰ তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰ, 478 নম্বৰ লাভ কৰিছে চয়ন মজুমদাৰে ৷ নগাঁৱৰ বিতুপন আৰান্ধৰাইও লাভ কৰিছে প্ৰথম স্থান, বিতুপন আৰান্ধৰা নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ, 478 নম্বৰ লাভ কৰিছে বিতুপন আৰান্ধৰাই ৷