অসম

assam

ETV Bharat / videos

মহানগৰীত গুলী চালনাৰ ঘটনা - সৰুসজাই ষ্টেডিয়ামৰ সমীপত

By

Published : Oct 13, 2019, 9:21 PM IST

Updated : Oct 13, 2019, 10:19 PM IST

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ সমীপত থকা দেম্পত সংঘটিত হৈছে গুলী চালনাৰ ঘটনা ৷ বাইকত অহা দুই দুৰ্বৃত্তই গুলীয়ালে বৰপেটাৰ জেহেৰুল ইছলামক ৷ দেম্পৰ কৰ্মচাৰী জেহাৰুল ইছলাম ৷ দাবী দিয়া ধন নিদিয়াৰ বাবেই গুলিচালনাৰ সন্দেহ ৷
Last Updated : Oct 13, 2019, 10:19 PM IST

ABOUT THE AUTHOR

...view details