অসম

assam

By

Published : Jul 22, 2021, 2:22 PM IST

ETV Bharat / videos

যোৰহাটৰ গড়আলিত ভয়ংকৰ অগ্নিকাণ্ডৰ

বৃহস্পতিবাৰে, যোৰহাটৰ গড়আলিত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ ভাৰত হাৰ্ডৱেৰ আৰু উষা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনত প্ৰথমে এই জুইৰ সূত্ৰপাত ঘটে ৷ বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই ৷ শ্বৰ্টচাৰ্কিত(short circuit)ৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে ৷ যোৰহাট, টীয়ক অ’এনজিচি(ONGC)ৰ পৰা অগ্নি নিৰ্বাপক বাহিনী(firebrigrade)ৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ চেষ্টা কৰিও বৰ্তমানলৈকে জুই নুমাবলৈ সমৰ্থ হোৱা নাই ৷

ABOUT THE AUTHOR

...view details