অসম

assam

ETV Bharat / videos

ঢকুৱাখনাত আৰম্ভ ফাট বিহুৰ প্ৰস্তুতি

By

Published : Apr 19, 2019, 12:45 PM IST

ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ হুঁচৰি আৰম্ভ । বৃহস্পতিবাৰে ফাটবিহুৰ সভাপতি আৰু মহকুমাধিপতি গৃহৰ পৰা আৰম্ভ হ'ল এই হুঁচৰি । ঢকুৱাখনা চাৰিকড়ীয়া নদীৰ পাৰৰ ম'হঘুলি চাপৰিত অহা 10,11 আৰু 12 মে' ত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ফাটবিহু। ইতিমধ্যে এই ফাটবিহু উদযাপনৰ পুঁজি সংগ্ৰহৰ বাবে পূৰ্বৰ বছৰ সমূহৰ দৰে এইবছৰো বৃহস্পতিবাৰে নিশা বিহ হুঁচৰি প্ৰদৰ্শনে আৰম্ভ কৰিলে পুঁজি সংগ্ৰহৰ কাম ।

ABOUT THE AUTHOR

...view details