অসম

assam

বাঘজানৰ ঘটনা সন্দৰ্ভত অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদিপ হাজৰিকাৰ সৈতে আচুতীয়া সাক্ষাৎকাৰ

By

Published : Jun 13, 2020, 10:39 PM IST

বাঘজানৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ড আৰু ইয়াক প্ৰশমিত কৰাৰ ব্যৱস্থা সম্পৰ্কে অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদিপ হাজৰিকাৰ সৈতে বিশেষ সাক্ষাৎকাৰ ৷ সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে জনায় যে, অইল ইণ্ডিয়াই ইতিমধ্যে চিংগাপুৰ, আমেৰিকা আৰু কানাডাৰ পৰা ছজনকৈ বিশেষজ্ঞ আনিছে তেল খাদৰ জুই নিৰ্বাপনৰ বাবে ৷ কাৰিকৰী বিজুতি অথৱা আভিযান্ত্ৰিক কাৰণতেই এই ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে বিষয়াগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details