অসম

assam

ETV Bharat / videos

লাভলীনাৰ সাফল্যত নগাঁৱত আনন্দৰ বন্যা

By

Published : Jul 30, 2021, 10:50 PM IST

অলিম্পিকত প্ৰথমটো পদক অৰ্জন কৰা অসমৰ লাভলীনা বৰগোঁহাইক (lovlina borgohain) লৈ উৎফুল্লিত সমগ্ৰ ৰাজ্যৰ লগতে নগাঁওবাসী (nagaon)। শুকুৰবাৰে অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পিছতে লাভলীনাক লৈ উচাহৰ ঢল বৈছে ৰাজ্যজুৰি । নগাঁও ক্ৰীড়া সন্থাৰ বক্সাৰ এছ'চিয়েশ্যনৰ মাজতো দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ । লাভলীনাই সোণৰ পদক লাভ কৰাৰ বাবে সকলোৱে কৰিছে প্ৰাৰ্থনা।

ABOUT THE AUTHOR

...view details