অসম

assam

ETV Bharat / videos

মাৰ্ঘেৰিটাৰ ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিন বিকল

By

Published : Apr 11, 2019, 11:49 AM IST

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিন বিকল । ভোটগ্ৰহণত বিলম্ব । লিডুৰ টিৰাপমুখ প্ৰাথমিক বিদ্যালয়ত থকা 235 নং ভোটগ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ আৰম্ভ নোহোৱাক কেন্দ্ৰ কৰি ক্ষোভ ভোটাৰৰ ।

ABOUT THE AUTHOR

...view details