অসম

assam

ETV Bharat / videos

নিৰ্বাচনক লৈ কিমান উৎসাহী ছাত্ৰ সমাজ ?

By

Published : Mar 21, 2021, 2:28 PM IST

নিৰ্বাচনক লৈ কিমান উৎসাহী ছাত্ৰ সমাজ ? কাৰণ ৰাজ্যত বাজিছে এতিয়া নিৰ্বাচনী ৰণডংকা ৷ চমু চাপি আহিছে ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন দিনো ৷ কি বিচাৰে ছাত্ৰ সমাজে ? কেনেকুৱা এখন চৰকাৰ বিচাৰে গঠন হোৱাটো ছাত্ৰ সমাজে? ছাত্ৰ সমাজৰ আশা-প্ৰত্যাশা সকলোবোৰ সামৰি আমাৰ সাংবাদিক উপস্থিত হৈছিল নগাঁও কলেজ আৰু মৰাণ কলেজত ৷ চাওঁ আহক কি ক'লে ছাত্ৰ সমাজে ...

ABOUT THE AUTHOR

...view details