অসম

assam

ETV Bharat / videos

লক ডাউনত মানসিক অস্থিৰতা আতৰাই কি কৰা প্ৰয়োজন - ইটিভি ভাৰত

By

Published : May 17, 2020, 5:42 PM IST

লক ডাউনৰ ফলত বহুসংখ্যক লোক মানসিকভাৱে ভাগি পৰিছে ৷ বিশেষকৈ শিক্ষাৰ্থী সকল ভৱিষ্যতকলৈ বহু পৰিমাণে মানসিক দ্বন্দত ভুগিছে ৷ কিন্ত এনে সময়ত কি কৰা প্ৰয়োজন? মানসিক অস্থিৰতা আঁতৰাই কেনেদৰে মনোনিৱেশ কৰিব অধ্যয়নত ? এই বিষয়ে মানসিক ৰোগ বিশেষজ্ঞ ডাঃ অৰূপ গোস্বামীৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ ।

ABOUT THE AUTHOR

...view details