অসম

assam

আৰক্ষীৰ পিস্তল কাঢ়ি লোৱা অপৰাধীক Encounter

By

Published : Jul 8, 2021, 9:58 PM IST

গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ডৰ লগত জড়িত এজন অভিযুক্ত আৰক্ষীৰ গুলীত নিহত হৈছে ৷ আৰক্ষীক গুলীয়াবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে চলালে গুলী ৷ মঙলবাৰে চিৰাঙৰ বিজনী থানাৰ পৰা কৰ্তব্য সামৰি কাচদহাৰ ঘৰলৈ গৈ থকা অৱস্থাত নিশা দাহেৰে ঘপিয়াই হত্যা কৰা হৈছিল গৃহৰক্ষী জোৱান ইয়াদ আলীক ৷

ABOUT THE AUTHOR

...view details