অসম

assam

মহাজোঁটৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 13, 2021, 10:28 PM IST

শনিবাৰে যমুনামুখ সমষ্টিৰ চৌধুৰী বজাৰৰ এক বিশাল সভাত অংশগ্ৰহণ কৰে মহাজোঁটৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলে ৷ সভাত উপস্থিত থাকি যমুনামুখ সমষ্টিৰ পৰা মহাজোঁটৰ প্ৰাৰ্থীগৰাকী এশ শতাংশই বিজয়ী হৈ আহিব বুলি মন্তব্য কৰে এআইইউডিএফৰ নেতা গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details