অসম

assam

ETV Bharat / videos

কাইলৈ পবিত্ৰ ঈদ : ৰূপহীহাটত ঈদৰ প্ৰস্তুতি - eid preparation

By

Published : Jun 4, 2019, 11:46 PM IST

এমহীয়া ৰোজা পালনৰ পাচতেই কাইলৈ ইছলাম ধৰ্মাৱলম্বীলোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতাৰ ৷ ঈদ উল ফিতাৰক লৈ ইছলাম ধৰ্মাৱলম্বীলোকসকলৰ মাজত ব্যাপক উচাহ ৷ ঈদক লৈ ভিন্ন সামগ্ৰীৰে ভৰি পৰিছে বজাৰ ৷ বিশ্ব শান্তিৰ কাৰণে সমূহীয়া নামাজত অংশ ল'ব সকলোৱে ৷

ABOUT THE AUTHOR

...view details