অসম

assam

ETV Bharat / videos

নৱৰাত্ৰীৰ সন্ধিয়া উখল মাখল মৰিগাওঁ - নৱৰাত্ৰিৰ সন্ধিয়া

By

Published : Oct 7, 2019, 11:15 PM IST

মৰিগাওঁ, 7 অক্টোবৰঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দেখা হৈছে নৱৰাত্ৰিৰ উচাহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে নৱৰাত্ৰিৰ সন্ধিয়া ৷ অষ্টমীৰ দৰেই নৱমীৰ দিনাও জনসমূদ্ৰত পৰিনত মৰিগাওঁ চহৰ ৷ চাওঁক আমাৰ এই প্ৰতিবেদন .....

ABOUT THE AUTHOR

...view details