অসম

assam

By

Published : Dec 5, 2021, 5:29 PM IST

ETV Bharat / videos

Nagaon police firing : আনন্দ মিশ্ৰ বাহিনীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ গুলীত পুনৰ আহত এটা ড্ৰাগছ মাফিয়া(Drugs mafia injured in police firing) ৷ CRPF সৈতে চলোৱা এক যৌথ অভিযানৰ সময়তে ড্ৰাগছ মাফিয়াই চোকা অস্ত্ৰৰে আৰক্ষীৰ জোৱানক আক্ৰমণৰ চেষ্টা কৰে ৷ যাৰবাবে গুলী চলাবলৈ বাধ্য নগাঁও আৰক্ষীয়ে(Nagaon police firing) ৷ নগাঁও আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়াটোৰ নাম ৰফিকুল ইছলাম ৷ ইফালে ধৃত ৰফিকুলৰ সহযোগী আন এটা ড্ৰাগছ সৰবৰাহকাৰী মফিজুল ইছলামে পলায়নৰ চেষ্টা কৰিছিল যদিও 3 কিঃমিঃ খেদি খেদি কৰায়ত্ব আৰক্ষীয়ে ৷ এই দুই সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আন 4 টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ, চিৰিঞ্জ, ব্লেড আদি জব্দ কৰে নগাঁও আৰক্ষীয়ে(Nagaon police arrested drugs mafia) ৷

ABOUT THE AUTHOR

...view details