অসম

assam

ETV Bharat / videos

Anti Drug Mission : মানকাছাৰত ড্ৰাগছসহ সৰবৰাহকাৰী আটক - DRUG PEDDLER ARRESTED IN MANKACHAR

By

Published : Jan 20, 2022, 5:25 PM IST

বুধবাৰে নিশা দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ হাটশিঙিমাৰী কলেজ নগৰত ড্ৰাগছ বিৰোধী অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে খাৰুৱাবান্দা আৰক্ষীয়ে (Drug peddler arrested in Mankachar)। ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত মুঠ ৭০৫৬ টা নিচাজাতীয় টেবলেটৰ বজাৰ মূল্য লক্ষাধিক টকা হ’ব বুলি ধাৰণা কৰা হৈছে । ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা ক্ৰমে মণ্টু শেখ আৰু মফিজুল হক ৷ সম্প্ৰতি দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details