অসম

assam

By

Published : Mar 22, 2021, 9:33 AM IST

Updated : Mar 22, 2021, 1:43 PM IST

ETV Bharat / videos

লাহৰীঘাটত কংগ্ৰেছৰ কোনো প্ৰত্যাহ্বান নাই: ডাঃ আশ্বিফ নাজাৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থী সকলৰ মাজতো বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ ব্যতিক্ৰম নহয় ৮১ নং লাহৰীঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰো ৷ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰে দেওবাৰে অংশগ্ৰহণ কৰে এক নিৰ্বাচনী সভাত ৷ ৮১ নং লাহৰীঘাটত এইবাৰ কংগ্ৰেছৰ বাবে কোনো নাই প্ৰত্যাহ্বান ৷
Last Updated : Mar 22, 2021, 1:43 PM IST

ABOUT THE AUTHOR

...view details