14 দফীয়া দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদ চিকিৎসকৰ - Doctors protest
আকৌ প্ৰতিবাদত বহিছে চিকিৎসক সকল, ফলত ব্যাহত হৈ পৰিল চিকিৎসা সেৱা ৷ অসমৰ জিলাই জিলাই প্ৰতিবাদ চৰকাৰী চিকিৎসকৰ ৷ বহিঃ বিভাগৰ চিকিৎসা সেৱাৰ পৰা বিৰত থাকি ন্যাৰ্য দাবীত অৱস্থান ধর্মঘট ৰূপায়ন কৰে চিকিৎসক সকলে । অসম চিকিৎসা সেৱা সন্থাৰ উদ্যোগত সাব্যস্ত কৰিলে এই প্ৰতিবাদ ৷