অসম

assam

ETV Bharat / videos

চিকিৎসক নিগ্ৰহৰ ঘটনাৰ ন্যায় বিচাৰি যোৰহাটত প্ৰতিবাদ

By

Published : Jun 2, 2021, 4:12 PM IST

হোজাইৰ উদালীত ক’ভিড চিকিৎসা কেন্দ্ৰত একাংশ দুর্বৃত্তৰ দলে লোকে কৰ্তব্যত চিকিৎসক প্ৰহাৰ কৰা ঘটনাই সমগ্ৰ ৰাজ্যত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। নিজ জীৱনক তুচ্ছ কৰি ঘন্টাৰ পাছত ঘন্টা ধৰি চিকিৎসা সেৱাত বৰ্তী থকা জৰুৰী চিকিৎসা কৰ্মীক প্ৰহাৰ কৰা ঘটনাৰ ন্যায় বিচাৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক সকলে । প্ৰতিবাদী চিকিৎসা কৰ্মী সকলৰ চৰকাৰলৈ অনুৰোধ ‘প্ৰথমে সুৰক্ষা প্ৰদান কৰক, তেতিয়া হে এক সুস্থ পৰিৱেশত সুস্থ চিকিৎসা ব্যৱস্থা কৰিব পাৰিব’ ৷

ABOUT THE AUTHOR

...view details